ন্যূনতম
nyu.no.tom
অৰ্থ
1.
কোনো ক্ষেত্ৰত সম্ভৱপৰ আটাইতকৈ কম পৰিমাণ ৷
The least quantity assignable, admissible, or possible, in a given case.
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
সবাতোকৈ সৰল আৰু সৰ্বনিম্ন, যি এক ভিত্তি বা ভেঁটিৰূপে কাম কৰে।
Simplest or lowest in level that serves as a base.
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ