← ফুৰি যাওক

-আবলী

-ābalī

অৰ্থ

1.

শ্ৰেণী; শাৰী; মালা

a series; a row

বি.

সমাৰ্থক শব্দ

2.

সমূহ; যেনে-গ্ৰন্হাবলী

a collection

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

-আবলী · অসমীয়া অভিধান