← ফুৰি যাওকআবলিābaliঅৰ্থ1.শ্ৰেণী; শাৰী; মালাa series; a rowবি.সমাৰ্থক শব্দ-আবলী · -ābalī2.সমূহ; যেনে-গ্ৰন্হাবলীa collectionবি.সমাৰ্থক শব্দ-আবলী · -ābalīউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ