← ফুৰি যাওক

গজালি মেল্

go.ja.li mel

অৰ্থ

1.

(গছ, পাছলি আদিৰ)নতুন পাত বা গজালি উলিওৱা৷ যেনেঃ বুটখিনিয়ে গজালি মেলিলে৷

(cause a seed to) start growing; to produce new leaves/ buds.

অকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গজালি মেল্ · অসমীয়া অভিধান