← ফুৰি যাওক

গাঁজমেলা

ga~j.mel

অৰ্থ

1.

(গছ, পাছলি আদিৰ)নতুন পাত বা গজালি উলিওৱা৷ যেনেঃ বুটখিনিয়ে গজালি মেলিলে৷

(cause a seed to) start growing; to produce new leaves/ buds.

অকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গাঁজমেলা · অসমীয়া অভিধান