প্ৰকাশ কৰ্
pro.kax kor
অৰ্থ
1.
বাতৰি কাকত, কিতাপ, কম্পিউটাৰ চফ্টৱেৰ আদি উলিওৱা
to issue newspapers, books, computer software, etc.
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
2.
To convey what one is thinking in words, gestures or conduct
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
3.
মানুহৰ দৃষ্টিলৈ আন্ বা সকলোকে জনাই দে৷
bring to sight or knowledge.
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ