← ফুৰি যাওক

প্ৰচাৰ কৰ্

pro.sar.kor

অৰ্থ

1.

বাতৰি কাকত, কিতাপ, কম্পিউটাৰ চফ্‌টৱেৰ আদি উলিওৱা

to issue newspapers, books, computer software, etc.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

2.

অনাতাঁৰ বা দূৰদৰ্শনৰ জৰিয়তে প্ৰেৰণ বা বিতৰণ কৰ্

cast or scattered in all directions; made public by means of radio or television

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

3.

ৰাজহুৱাভাৱে জনাই দে।

to make publicly known.

সকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ