কৃতিত্ব
kri.tit.to
অৰ্থ
1.
নিজৰ সামৰ্থ্য, প্ৰচেষ্টা আৰু সাহস আদিৰ জৰিয়তে কৰা অৰ্জন।
something accomplished, esp. by superior ability, special effort, great courage, etc.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
কোনো কাৰ্য্য বা গুণৰ বাবে লাভ কৰা স্বীকৃতি বা অনুমোদন
commendation or approval, as for an act or quality
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ