← ফুৰি যাওক

কাৰ্য্যোদ্ধাৰ

অৰ্থ

1.

নিজৰ সামৰ্থ্য, প্ৰচেষ্টা আৰু সাহস আদিৰ জৰিয়তে কৰা অৰ্জন।

something accomplished, esp. by superior ability, special effort, great courage, etc.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাৰ্য্যোদ্ধাৰ · অসমীয়া অভিধান