← ফুৰি যাওক

অৱসাদগ্ৰস্ত

o.wo.xad.gros.to

অৰ্থ

1.

দেহৰ শক্তি খৰচ কৰি পেলোৱাৰ কাৰণে অধিক কাম কৰিবলৈ অপাৰগ।

unable to work or act any more as energy has been spent already to do so.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অৱসাদগ্ৰস্ত · অসমীয়া অভিধান