অৱশ
o.wox
অৰ্থ
1.
কাম কৰিব নোৱাৰা, কোনো লৰচৰ নোহোৱা
Devoid of activities. Not functioning or operating; out of use.
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
দেহৰ শক্তি খৰচ কৰি পেলোৱাৰ কাৰণে অধিক কাম কৰিবলৈ অপাৰগ।
unable to work or act any more as energy has been spent already to do so.
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ