← ফুৰি যাওক

আৰু

āru

অৰ্থ

1.

আৰ (পু. অ.), আৰো (পু. অ.) [সং. অপৰ; প্ৰা. অবৰ] অপৰ

and

সমাৰ্থক শব্দ

2.

ইয়াতকৈ অধিক; আন

other; further

সমাৰ্থক শব্দ

3.

আকৌ; পুনৰ; ভবিষ্যতে

more; again; in future

সমাৰ্থক শব্দ

4.

আগৰ নিচিনা

as before

সমাৰ্থক শব্দ

5.

পৰস্পৰ

one another

সৰ্ব্ব.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আৰু · অসমীয়া অভিধান