← ফুৰি যাওক

কোঁৱৰ

ko~.wor

অৰ্থ

1.

ৰজাৰ ঔৰসত ৰাণীৰ গৰ্ভজাত পুত্ৰ৷

a male member of a royal family; especially a son of the sovereign

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

আহোম সকলৰ এটা খেলৰ নাম আৰু তেওঁলোকৰ উপাধি।

Name of a clan of a Ahoms and their surname.

সংজ্ঞাবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কোঁৱৰ · অসমীয়া অভিধান