← ফুৰি যাওক

ৰাজপুত্ৰ

raj.put.ro

অৰ্থ

1.

ৰজাৰ ঔৰসত ৰাণীৰ গৰ্ভজাত পুত্ৰ৷

a male member of a royal family; especially a son of the sovereign

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰাজপুত্ৰ · অসমীয়া অভিধান