← ফুৰি যাওক

অৱশেষ

o.wo.xex

অৰ্থ

1.

ফলাফল বা পৰিণতি; নিষ্পত্তি বা বুজাবুজি; চূড়ান্ত সিদ্ধান্ত

a result, issue, or outcome; settlement or arrangement; final decision

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

কোনো বস্তু ব্যৱহাৰ,ধ্বংস কৰা বা আঁতৰোৱাৰ পিছতো ৰৈ যোৱা অংশবিশেষ|

a part of something that is left after using, removing or destroying the bigger part.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অৱশেষ · অসমীয়া অভিধান