সামৰণি
xa.mo.ro.ni
অৰ্থ
1.
যিটো সময়ত কোনো চলি থকা ক্ৰিয়া, ঘটনা বা প্ৰক্ৰিয়া বন্ধ হয় বা সম্পূৰ্ণ হয়৷
The point in time when an action, an event, or a phenomenon ceases or is completed.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
ফলাফল বা পৰিণতি; নিষ্পত্তি বা বুজাবুজি; চূড়ান্ত সিদ্ধান্ত
a result, issue, or outcome; settlement or arrangement; final decision
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ