← ফুৰি যাওক

শাঁখিনী

śām̐khinī

অৰ্থ

1.

মাইকী শঁকা সাপ

a female black cobra

বি.

সমাৰ্থক শব্দ

2.

কুলক্ষণী তিৰোতা; সৰ্বনাশী তিৰোতা

an ill-omened woman

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ