← ফুৰি যাওকশাঁকিনীśām̐kinīঅৰ্থ1.মাইকী শঁকা সাপa female black cobraবি.সমাৰ্থক শব্দশাঁখিনী · śām̐khinī2.কুলক্ষণী তিৰোতা; সৰ্বনাশী তিৰোতাan ill-omened womanবি.সমাৰ্থক শব্দশাঁখিনী · śām̐khinīউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ