← ফুৰি যাওক

লেহেতিয়া

lehetiẏā

অৰ্থ

1.

জলকীয়া পাতৰ সদৱশ পাতেৰে এবিধ বন- শাক

a kind of pot-herb

বি.

সমাৰ্থক শব্দ

2.

নপুংসক; তিৰোতাৰ আৰু পুৰুষৰ লক্ষণ নথকা

having neither the male or female organ fully developed

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

লেহেতিয়া · অসমীয়া অভিধান