← ফুৰি যাওক

লেহেতি

leheti

অৰ্থ

1.

জকাইৰ আকৱতিৰ কিন্ত্ত তাতকৈ বহুত সৰু এবিধ বাঁহৰ কাঠীৰে সজা পানী সিঁচা সঁজুলি

a triangular shaped bailing basket

বি.

2.

জলকীয়া পাতৰ সদৱশ পাতেৰে এবিধ বন- শাক

a kind of pot-herb

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

লেহেতি · অসমীয়া অভিধান