← ফুৰি যাওক

লাহী

lāhī

অৰ্থ

1.

গা-পাতল লেহুকা; ঠৰঙা নোহোবা

slim; flexible

বিণ.

সমাৰ্থক শব্দ

2.

কোমল; সৰু; শকত নোহোবা; মিহি

tender; slender; fine

বিণ.

সমাৰ্থক শব্দ

3.

বৰ বা শালি ধানৰ বাহিলে তাতকৈ আগেয়ে পকা আৰু কিছু ৰাম মাটিত ৰোবা ধানবিলাকৰ সাধাৰণ নাম [ইয়াৰ প্ৰায়বিলাকৰ গছ আৰু চাউল শালিতকৈ সৰু আৰু মিহি।]

a finer variety of paddy

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ