← ফুৰি যাওকলাহিlāhiঅৰ্থ1.গা-পাতল লেহুকা; ঠৰঙা নোহোবাslim; flexibleবিণ.সমাৰ্থক শব্দলাহী · lāhī2.কোমল; সৰু; শকত নোহোবা; মিহিtender; slender; fineবিণ.সমাৰ্থক শব্দলাহী · lāhīউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ