← ফুৰি যাওক

ৰাতি

rāti

অৰ্থ

1.

এটা লাটুমণিৰ সমান জোখৰ; এক অনাৰ দুভাগৰ এভাগ জোখ

one-sixth of an anna in weight

বি.

সমাৰ্থক শব্দ

2.

ৰাত্ৰি; নিশা; সন্ধ্যা আৰু পুবাৰ মাজৰ সময়

night

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ