← ফুৰি যাওক

মিলা

milā

অৰ্থ

1.

অলপ পুষ্ট হ; গা কৰ্

to recover emaciation

অক. ধা.

সমাৰ্থক শব্দ

2.

লগ লগা; সঙ্গী কৰ্; একত্ৰ কৰ্

to unite; to gather together

সক. ধা.

3.

মিহলা; মিশ্ৰিত কৰ্

to mix

সক. ধা.

4.

অমত বা দন্দ ভাঙি একে মত বা বন্ধুভাব জন্মা

to reconcile

সক. ধা.

5.

যোৰা লগা; সংযোগ কৰ্

to join

সক. ধা.

6.

ৰিজা; এটাক আনটোৰ লগত একে ৰকম কৰ্

to compare

সক. ধা.

7.

সমতুল্য কৰ্; সমান কৰ্

to make equal; to cause to tally

সক. ধা.

8.

প্ৰাপ্তি কৰা; উপাৰ্জন কৰা

to cause to be earned or gained

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মিলা · অসমীয়া অভিধান