← ফুৰি যাওক

মিল্

mil

অৰ্থ

1.

লগ লাগ্; যোগ হ; সঙ্গ ল

to be united; to be associated

অক. ধা.

2.

যোৰা খা; সমানে খাই ধৰ্

to fit

অক. ধা.

3.

মিহলি হ; . b >4/b> আকাৰ বা বৰণত একে হ

to be mixed ; to be similar in form or colour

অক. ধা.

4.

একে তুল্য হ; সমান হ

totally

অক. ধা.

5.

একে মত হ

to agree

অক. ধা.

6.

লগ লাগি শুনিবলৈ ভাল হ; যেনে-"গান-বাজনাৰ মিল নাই"

to be harmonious

অক. ধা.

7.

উৎপন্ন হ; ঘট্; যেনে-"দেখি বাল্মীকিৰ মহা মিলিল কৰুণ" (আদিকাণ্ড)

to arise; to occur

অক. ধা.

8.

উপস্হিত হ; যেনে-"ব্যাস সুত শুক মিলিল আসি তহিত" (প্ৰথম স্কন্ধ)।

অক. ধা.

9.

প্ৰাপ্ত হ

to be obtained; to be earned

অক. ধা.

10.

অলপ পুষ্ট হ; গা কৰ্

to recover emaciation

অক. ধা.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ