← ফুৰি যাওক

মগজু

magaju

অৰ্থ

1.

মূৰৰ ভিতৰত থকা ঘিঁউ; মস্তিষ্ক

brain

বি.

সমাৰ্থক শব্দ

2.

মজ্জা; হাড়ৰ ভিতৰত থকা ঘিঁউৰ নিচিনা বগা বস্ত্ত

marrow

বি.

সমাৰ্থক শব্দ

3.

কাপোৰ বা কঠৰ চাৰিও-দাঁতিয়ে লগোবা কাপোৰ বা ছাল

a piece of small cloth or leather sewn on the edge of a big piece of cloth, etc,; a hem

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মগজু · অসমীয়া অভিধান