← ফুৰি যাওকমগজmagajaঅৰ্থ1.মূৰৰ ভিতৰত থকা ঘিঁউ; মস্তিষ্কbrainবি.সমাৰ্থক শব্দমগজু · magaju2.মজ্জা; হাড়ৰ ভিতৰত থকা ঘিঁউৰ নিচিনা বগা বস্ত্তmarrowবি.সমাৰ্থক শব্দমগজু · magajuউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ