← ফুৰি যাওক

বিধৰ্ম্মী

bidharmmī

অৰ্থ

1.

আন ধৰ্ম্মৰ মানুহ

a follower of a different religion

বি.

সমাৰ্থক শব্দ

2.

ধৰ্ম্ম এৰা মানুহ

renegade

বি.

সমাৰ্থক শব্দ

3.

পাপী; অধৰ্ম্মী

sinful; vicious

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ