← ফুৰি যাওক

বাব

bāba

অৰ্থ

1.

চলি থকা বতাহ

to wind

বি.

সমাৰ্থক শব্দ

2.

আবশ্যক; প্ৰয়োজন; দৰ্কাৰ

necessity

বি.

3.

পদ; বিষয়

a post or position

বি.

4.

মূল্য; যেনে-"কুৰি টকাৰ বাব পালো"

value

বি.

5.

দিব লগীয়া কৰ

duty; tax; cess

বি.

6.

সলনি

exchange

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ