← ফুৰি যাওকনিৰ্ম্মলnirmmalaঅৰ্থ1.মল-নথকা; নিকা; পৰিষ্কাৰfree from dirt; cleanবি.সমাৰ্থক শব্দনিৰ্মল · nirmala2.মেঘ-নথকা (আকাশ)free from cloudবি.সমাৰ্থক শব্দনিৰ্মল · nirmala3.পবিত্ৰ; দোষ-নথকা; সৰল (চৰিত্ৰ)pure; simpleবি.সমাৰ্থক শব্দনিৰ্মল · nirmalaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ