← ফুৰি যাওক

ধূৰ্ত

dhūrta

অৰ্থ

1.

টেঙৰ

shrewd; cunning

বিণ.

সমাৰ্থক শব্দ

2.

দুষ্ট; শঠ; অসৎ

wily; dishonest

বিণ.

সমাৰ্থক শব্দ

3.

টেঙৰ বা দুষ্ট মানুহ

a crafty or dishonest person

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ