← ফুৰি যাওকধূৰ্ত্তdhūrttaঅৰ্থ1.টেঙৰshrewd; cunningবিণ.সমাৰ্থক শব্দধূৰ্ত · dhūrta2.দুষ্ট; শঠ; অসৎwily; dishonestবিণ.সমাৰ্থক শব্দধূৰ্ত · dhūrta3.টেঙৰ বা দুষ্ট মানুহa crafty or dishonest personবিণ.সমাৰ্থক শব্দধূৰ্ত · dhūrtaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ