← ফুৰি যাওক

থোৰ

thora

অৰ্থ

1.

অলপ; এখন্তক; বিণ. খন্তেকীয়া; যেনে-"জীবন যৌবন থোৰ। সব মায়াময় ছোৰ" (বৰগীত)।

বি.

সমাৰ্থক শব্দ

2.

মুকলি নোহোবা বা মেৰ খাই থকা দীঘল কোমল পাত

an unopened long young leaf

বি.

3.

ধানৰ গেঁৰ

an ear of corn before it shoots out of the culm

বি.

4.

বৰ চুৰিয়া থুৰিয়াই আগফালে ওলমাই পিন্ধা মূৰ

the part of a waist-cloth which hangs in folds in front of the wearer

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

থোৰ · অসমীয়া অভিধান