← ফুৰি যাওক

তলা

talā

অৰ্থ

1.

কোনো পাত্ৰৰ তলি; কোনো দ বা ফোঁপোলা বস্ত্তৰ তলি

the bottom of anything

বি.

2.

মনৰ গুপ্ত কথা বা ভাব

a secret

বি.

3.

ঘৰৰ খলপা; মহল

storey of a house

বি.

4.

বাদুলি-সঁচাৰ; সঁচাৰ

a padlock

বি.

5.

গাঁৰুৰ চক

an embroidered end of a round pillow

বি.

6.

খলপা; মহল; খাপ; থাক

a storey of a house; a stratum

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ