← ফুৰি যাওক

টাঙি

ṭāṅi

অৰ্থ

1.

আঁৰি দি; ওলোমাই দি

to hang up

সক. ধা.

সমাৰ্থক শব্দ

2.

টঙ্গ বি. এবিধ সৰু বটালি যাৰে শিলাকুটিয়ে কাটে

a stone-cutter's chisel

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ