← ফুৰি যাওক

টঙা

ṭaṅā

অৰ্থ

1.

ওখ, ডাঙৰ আৰু খাগৰিৰ নিচিনা ঠাৰি মেলা এবিধ তৱণ

a kind of high coarse grass

বি.

2.

বিস্তৱত কৰ্; মেল্; যেনে-"হাত ভৰি-টাঙি, কৰয় চৌৰাঙ্গি, পড়ি গডাগড়ি বাটে" (কীৰ্ত্তন)

to spread; to extend

সক. ধা.

3.

আঁৰি দি; ওলোমাই দি

to hang up

সক. ধা.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টঙা · অসমীয়া অভিধান