← ফুৰি যাওক

জঁট্

jam̐ṭ

অৰ্থ

1.

লগ লগাই বান্ধ্

to tie together; to yoke

সক. ধা.

সমাৰ্থক শব্দ

2.

অনেক বস্ত্ত একেলগে গোটাই দিয়া বান্ধ

tying together of many things

বি.

সমাৰ্থক শব্দ

3.

আউল; . কৱদ

a tangle; derangement

সক. ধা.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ