← ফুৰি যাওকজোঁট্
jom̐ṭ
অৰ্থ
1.লগ লগাই বান্ধ্
to tie together; to yoke
সক. ধা.
সমাৰ্থক শব্দ
2.অনেক বস্ত্ত একেলগে গোটাই দিয়া বান্ধ
tying together of many things
বি.
সমাৰ্থক শব্দ
3.আউল; . কৱদ
a tangle; derangement
সক. ধা.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ