← ফুৰি যাওকজাৰোণjāroṇaঅৰ্থ1.ধাতু পুৰি কৰা ভস্মa metallic calxবি.সমাৰ্থক শব্দজাৰণ · jāraṇa2.এবিধ কটাৰী আদি অস্ত্ৰ-ধৰোবা টান শিলa whet-stoneবি.সমাৰ্থক শব্দজাৰণ · jāraṇaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ