← ফুৰি যাওক

জাৰণ

jāraṇa

অৰ্থ

1.

ধাতু পুৰি কৰা ভস্ম

a metallic calx

বি.

সমাৰ্থক শব্দ

2.

এবিধ কটাৰী আদি অস্ত্ৰ-ধৰোবা টান শিল

a whet-stone

বি.

সমাৰ্থক শব্দ

3.

কোনো বস্ত্ত কোবাই বা মোহাৰি পৰিষ্কাৰ কৰা ডাঙৰী সূতাৰ ৰুমালৰ নিচিনা এবিধ সৰু কাপোৰ

duster

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জাৰণ · অসমীয়া অভিধান