← ফুৰি যাওক

জাৰ

jāra

অৰ্থ

1.

উপপতি; গোপনে লোবা পতি

a paramour

বি.

2.

ঝাৰ।

বি.

3.

চোক; তীক্ষ্ণ আস্বাদ; তীক্ষ্ণতা; যেনে-"টেঙাৰ জাৰ উঠা নাই; চেনেহৰ জাৰ"

sharp taste; sharpness

বি.

4.

কেইবাটাও চাকি থকা প্ৰদীপ

a chandelier

বি.

সমাৰ্থক শব্দ

5.

চেঁচা; তাপৰ অভাব; চেঁচাৰপৰা হোবা বোধ

cold

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জাৰ · অসমীয়া অভিধান