জাগন
jāgana
অৰ্থ
1.
2.
সাৰ পাই উঠা; জাগনৰ গীত শ্ৰীকৱষ্ণৰ নিদ্ৰা- ত্যাগৰ কথা থকা গীত।
বি.
3.
নাবৰ পানীত বস্ত্ত নিতিতিবলৈ নাবৰ তলিত পৰা বাঁহৰ ছঁছালি
the bamboo flooring at the bottom of a boat
বি.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ