জড়্
jaṛ
অৰ্থ
1.
ঢাক্; মেৰা; একেলগে কৰি আবৰি ধৰ্; যেনে-"ধান্যক পীড়িয়া বিলাই বনে থাকে জৰি" (মা. ক., কিষ্কিন্ধ্যাকাণ্ড); "কতোজনী সুতিল কাহাকো কেবে জড়ি" (মা. ক., সুন্দৰাকাণ্ড)
to embrace; to encircle; to comprise
সক. ধা.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ