← ফুৰি যাওক

জৰ্

jar

অৰ্থ

1.

পানীৰ দৰে অলপ অলপকৈ বাহিৰ হ; বিৰিং

to ooze out

অক. ধা.

সমাৰ্থক শব্দ

2.

সৰু বিন্ধাইদি লাহে লাহে ওলাই পৰ্

to percolate

অক. ধা.

সমাৰ্থক শব্দ

3.

ঢাক্; মেৰা; একেলগে কৰি আবৰি ধৰ্; যেনে-"ধান্যক পীড়িয়া বিলাই বনে থাকে জৰি" (মা. ক., কিষ্কিন্ধ্যাকাণ্ড); "কতোজনী সুতিল কাহাকো কেবে জড়ি" (মা. ক., সুন্দৰাকাণ্ড)

to embrace; to encircle; to comprise

সক. ধা.

সমাৰ্থক শব্দ

4.

জীৰ্ণ হ; বুঢ়া হ

to be old

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জৰ্ · অসমীয়া অভিধান