← ফুৰি যাওক

চুবা

cubā

অৰ্থ

1.

বুৰা; পানীৰ তলীলৈ সুমা

to immerse under water

সক. ধা.

2.

গাঁবৰ বা নগৰৰ কোনো এভাগ; লদা; যেনে-"এচুবা গোবৰ"

a division of a town or village; a lump (as of cowdung)

বি.

সমাৰ্থক শব্দ

3.

এবিধ সুগন্ধ দ্ৰব্য; পুষ্পসাৰ; যেনে-"অগৰু চন্দন চুবা তাহাতে ৰাকিল" (শঙ্কৰ-চৰিত)

a fragrant substance; essence

4.

এৰেহা; খাই এৰা বস্ত্ত; উচ্ছিষ্ট

the remnant of food eaten

বি.

5.

অশৌচৰ সময়; যেনে-"অম্বুবাচীৰ চুবা"; , চুবা হ অপবিত্ৰ হ; বিধুতি হ

a period of ceremonial impurity ; to be ceremonially unclean

বি.

6.

ৰজস্বলা হ; ছুব নোবৰা হ; বিধুতি হ; পাগৰ বাহিৰ হ

to be menstruous

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চুবা · অসমীয়া অভিধান