← ফুৰি যাওক

শ্যাম

śyāma

অৰ্থ

1.

অসমৰ বৌদ্ধধৰ্মাবলম্বী জাতি-বিশেষ।

বি.

সমাৰ্থক শব্দ

2.

ক'লা-চানেকীয়া বৰণ

the blackish colour

বি.

3.

কৱষ্ণ

বি.

4.

ক'লা-চানেকীয়া

blackish

বিণ.

5.

গোমা বা ক'লা-সেউজীয়া

dark-green

বি.

6.

সঙ্গীতৰ এটা ৰাগ

a tune

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শ্যাম · অসমীয়া অভিধান