← ফুৰি যাওক

চাম

cāma

অৰ্থ

1.

ছাল; যেনে-"হাতে-গলে ভৰিত চামৰ লগাই জৰী" (ৰত্নাবলী)।

বি.

2.

উৰাল।

বি.

3.

একেবাৰেই উৎপন্ন হোবা খহু, বা ফল বা ফুলৰ সমূহ; ; জাউৰি

a crop of boil or itch eruption, or of fruits or flowers which appear at a time

বি.

4.

চপলা-চপল পাতেৰে এবিধ বৰ ওখ-ডাঙৰ সুকাঠী গছ [খৰালি পাত সৰি গছ লঠা হয়; কঁঠালৰ নিচিনা কিন্ত্ত তাতকৈ কিছু সৰু সৰু ঘূৰণীয়া গুটি ধৰে, পকিলে মানুহে খায়; অলপ টেঙা লাগে। ]

a large timber tree; Artocarpus chaptasha (Gamble)

বি.

5.

অসমৰ বৌদ্ধধৰ্মাবলম্বী জাতি-বিশেষ।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চাম · অসমীয়া অভিধান