← ফুৰি যাওকচয়তানcaẏatānaঅৰ্থ1.বাইবেল আৰু কোৰাণত লিখামতে মানুহক পাপলৈ নিয়া এটা ভূতSatan; a devilবি.সমাৰ্থক শব্দছয়তান · chaẏatāna2.বৰ দুষ্ট মানুহa very wicked manবি.সমাৰ্থক শব্দছয়তান · chaẏatāna3.পাপলৈ হোবা মতিevil propensityবি.সমাৰ্থক শব্দছয়তান · chaẏatānaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ