কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শঁতাśam̐tāIntransitive verb
শাঁত হ; জিৰা; সুস্হিৰ হ; বিশ্ৰাম ল
to rest; to be calm
- শংকিত হxong.ki.toVerb-Trans.
হঠাৎ ভয় সোমোৱা।
to fill with a sudden fear.
- শকত হxo.kot hoVerb-Intran.
দেহৰ ওজন বৃদ্ধি হ বা দৈহিক শ্ৰীবৃদ্ধি হ
to gain in weight or vigour
- শক্তি দেxok.ti deVerb-Trans.
কাম কৰিবলৈ বল দে বা সক্ৰিয় কৰি তোল্
to give energy to or rouse into activity
- শক্তি প্ৰদান কৰ্xok.ti pro.dan korVerb-Trans.
কাম কৰিবলৈ বল দে বা সক্ৰিয় কৰি তোল্
to give energy to or rouse into activity
- শঙ্কাহীনভাৱেxong.ka.hin.bha.beAdverb
অনিষ্ট কৰিব/হব বুলি চিন্তা নকৰাকৈ
without worrying of being harmed
- শঙ্কিত হxong.ki.toVerb-Trans.
হঠাৎ ভয় সোমোৱা।
to fill with a sudden fear.
- শটবটাśaṭabaṭāIntransitive verb
কপট বন্ধুতা দেখুবা; মুখত বন্ধু ভাও দেখুবাই পেটত কপট ৰাখ্
to show false friendship
- শতকৰাśatakarāAdverb
প্ৰতি এশটাত; শই পতি
per cent
- শতগুণেxo.to.gu.neAdverb
অসংখ্য, বহুত বেছি ৷
a countless times (bigger or better)
- শতধাśatadhāAdverb
এশ প্ৰকাৰে
in a hundred ways
- শতেক দিনেśateka, dineAdverb
সদায়
always
- শত্ৰুতা কৰ্xo.tru.ta korVerb-Trans.
শত্ৰুক কৰাৰ নিচিনাকৈ হিংসা কৰ্ বা প্ৰতিশোধ ল
to take revenge (on someone), as on an enemy
- শনাśanāTransitive verb
শানত ঘঁহি চোকা কৰ্
to whet
- শনৈঃśanaiḥAdverb
লাহে লাহে
slowly
- শপত খাxo.pot khaVerb-Intran.
কোনো বিষয়ত কথা দে; সঁচা কথা কোৱা বুলি প্ৰত্যয় জন্মাব পৰাকৈ আন্তৰিকতাৰে ক
to give one`s word for something; to make a sincere statement that you are telling the truth
- শপত গ্ৰহণ কৰ্xo.pot gro.hon korVerb-Intran.
কোনো বিষয়ত কথা দে; সঁচা কথা কোৱা বুলি প্ৰত্যয় জন্মাব পৰাকৈ আন্তৰিকতাৰে ক
to give one`s word for something; to make a sincere statement that you are telling the truth
- শপত লxo.pot loVerb-Intran.
কোনো বিষয়ত কথা দে; সঁচা কথা কোৱা বুলি প্ৰত্যয় জন্মাব পৰাকৈ আন্তৰিকতাৰে ক
to give one`s word for something; to make a sincere statement that you are telling the truth
- শপনিxo.po.niVerbal Noun
গালি পৰা কাৰ্য্য
the act of abusing
- শপ্śapTransitive verb
গালি পাৰ্; নিন্দা কৰ্
to abuse; to revile