← ফুৰি যাওক

শটবটা

śaṭabaṭā

অৰ্থ

1.

কপট বন্ধুতা দেখুবা; মুখত বন্ধু ভাও দেখুবাই পেটত কপট ৰাখ্

to show false friendship

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শটবটা · অসমীয়া অভিধান